News Details

News And Notifications :

Posted on Feb 14, 2016 at 9:00 AM

যোৱা ১৪ ফেব্ৰুৱাৰীত বিহপুৰীয়া সমষ্টিৰ পাঁচটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ পুনৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে সমষ্টিটোৰ বিধায়ক দেৱানন্দ হাজৰিকাই শুভ উদ্বোধন কৰে। পুৱা ১০ বজাত বিহপুৰীয়া-লেটেকুপুখুৰী থান পথ, ১১.৩০ বজাত বৰবালি-নগঞা পথ, ১২.৩০ চেঁচা-লেটেকুজান পথ, ২ বজাত ধলপুৰ-শিমলুগুৰি পথ আৰু ৩বজাত নাৰায়ণপুৰ শিলিখাগুৰী পথৰ পুনৰ নিৰ্মাণৰ কাম উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ উচ্চপদস্থ বিষয়া, নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰৰ লগতে দলীয় কৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত থাকে। দুই কোটি টকাৰে নিৰ্মাণ কৰিবলগা উল্লিখিত পথ কেইটাৰ উপৰি পাঁচ কোটি টকাৰে আন দহটা পথৰ কাম আগন্তুক এমাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব বুলিও বিধায়জনে সদৰী কৰে। সমষ্টিটোৰ বিভিন্ন স্থানত থকা ছখন কাঠৰ দলং পকীকৰণৰ বাবেও অচিৰেই পদক্ষেপ লোৱা হ'ব! বিহপুৰীয়া সমষ্টিৰ বাট-পথ উন্নয়নত সদায় গুৰুত্ব আৰোপ কৰা হব


Press Release

Posted on 16-Feb-2017 at 9:00 PM

ভাৰতৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়া ৰ ডিজিটেল ইণ্ডিয়া (Digital India) ৰ সপোনক বাস্তৱ কৰাৰ লক্ষ্যৰে বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিত প্ৰস্তুত কৰা ৱেবছাইট WWW.BIHPURIALAC.IN আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শুভ উন্মোচন কৰে ।

Our Vision

Hon'ble Prime Minister Narendra Modi Ji has given a vision for india-"Sabka Sath Sabka Bikas"

To make this vision our Mision, We will implement the following:

Google Map


© Copyright 2017 Bihpuria Lac MLA, Powered By Grandure IT Solutions & ABH Software | All Rights Reserved.